Local, Vocal, Global

কিয় Google Play Storeৰ পৰাই আতৰোৱা হ’ল Paytm App?

Google Play Storeৰ পৰাই আতৰোৱা হ’ল Paytm App। এতিয়া Play Storeৰ পৰা Paytm App ডাউনলোড কৰিব নোৱাৰিব। Paytm Appৰ বিৰুদ্ধে Google ৰ নীতি উলংঘা কৰাৰ অভিযোগ। অৱশ্যে স্মাট ফোনত Paytm App কাৰ্যক্ষম হৈ আছে। উল্লেখযোগেয যে ভাৰতবৰ্ষত প্ৰায় ৫০ নিযুত মাহেকীয়া Paytm ব্যৱহাৰকাৰী আছে।  উল্লেখযোগ্য যে ‘Fantasy Sports’ৰ প্ৰচাৰৰ সুবিধা লৈ Paytm Appৰ জড়িয়তে এটা চক্ৰই মুকলি জুৱা চলাই গৈছিল। এই কাৰ্যৰ দ্বাৰাই নীতি Paytm Appয়ে উলংঘা কৰা বুলি কব খোজে Google কৰ্তৃপক্ষই।