আজিৰে পৰা অসমত পৱন হংস হেলিকপ্টাৰ সেৱা…

অসমৰ বাবে ভাল খবৰ।আজিৰে পৰা আকাশী পথেৰে চলাচল হ’ব বিমান ।আজিৰ পৰা অসমত পৱন হংস হেলিকপ্টাৰ সেৱা। উড়ান আঁচনিৰ অধীনত ৬ টাকৈ স্থানলৈ চলিব এই সেৱা। ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব এই সেৱা। প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা।
পৰনৰ্তী সময়ত অৰুণাচলকো এই আচঁনিৰ সৈতে সংযোগ স্থাপন কৰা হ’ব।