Local, Vocal, Global

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন চাৰিজন ছাত্ৰ

# পাণ্ডুত শোকাৱহ ঘটনা
# ব্ৰহ্মপুত্ৰত সন্ধানহীন চাৰিজন ছাত্ৰ
# টিউচন কৰি গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত
# সন্ধানহীন ছাত্ৰ কেইজন দশম শ্ৰেণীত অধ্যয়নৰত
# পাণ্ডুৰ SRP কাৰ্যালয়ৰ সমীপত সংঘটিত এই ঘটনা
# পাণ্ডু ঘাটত উদ্ধাৰ ছাত্ৰ কেইজনৰ স্কুল বেগ, জোতা
# পৰিয়ালৰ লোকে চিনাক্ত কৰে স্কুল বেগ আৰু জোতা