Local, Vocal, Global

WATCH | Panchayat Election: গোৰেশ্বৰত নিৰ্দলীয় প্ৰাৰ্থী দীপশিষা দাসৰ ব্যাপক নিৰ্বাচনী প্ৰচা

গোৰেশ্বৰ,২৭এপ্ৰিল : নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত প্ৰতিজন প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছে গাঁৱে ভূঞে। পিছপৰি ৰোৱা নাই কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰডাঙ্গেৰীকুছি পঞ্চায়তৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলো(Panchayat Election)।

পঞ্চায়তটোৰ ২নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী দীপশিখা দাসেও নিৰ্বাচনকলৈ ব্যাপক তৎপৰতা গ্ৰহণ কৰা দেখা গৈছে। ৱাৰ্ডটোৰ অন্তৰ্গত ইচাৰকেম্পত সমৰ্থকসকলক লগত লৈ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই কলহৰ ছবিত ভোট দিবলৈ আহ্বান জনাইছে দীপশিখা দাসে।

লগতে পঢ়ক : WATCH | Cachar News : বাহনৰ পৰা তেল চুৰি কৰি আৰক্ষীৰ জালত দুজন ব্যক্তি