Local, Vocal, Global

ছিক্কিমত বিষাক্ত কাঠফুলাই প্ৰাণ ললে মহিলাৰ

অৰ্গেনিক ৰাজ্য ৰূপে সুখ্যাতি থকা ছিক্কিমত বনৰীয়া কাঠফুলা খাই একেটা পৰিয়ালৰে এগৰাকী মহিলাৰ মৃত্যু আৰু আন ৫ সদস্য অসুস্থ হৈ পৰাৰ বাতৰি আহিছে। দক্ষিণ ছিক্কিমৰ নামচিত সংঘটিত হৈছে এই ঘটনা। আহাৰৰ সৈতে বনৰ পৰা তুলি অনা কাঠফুলা খাই প্ৰথমেই অসুস্থ…

কেৰালা কাণ্ডত স্তম্ভিত সভ্য সমাজ

আমেৰিকাৰ জৰ্জ ফ্লইড অথবা আমাৰ অসমৰে অভি-নীল,সনাতন ডেকা কিম্বা দেৱাশীষ নহয়।এইবাৰ মানৱৰূপী দানৱৰ বৰ্বৰতা এক নিৰ্বোধ-নিস্পাপ বন্যপ্ৰাণীৰ ওপৰত। ইতিমধ্যে চ'ছিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰা কেৰেলাত সংঘটিত এই নৃশংস ঘটনাৰ বিৰূদ্ধে দেশজুৰি…

জ্বলাই দিব খুজিছিল পত্নীক, পিছে…..

দিল্লীৰ ত্ৰিলোকপুৰিত সংঘটিত হৈছে এক ভয়াবহ অথচ আমোদজনক ঘটনা। এক ব্যক্তিয়ে পেট্ৰল আনিছিল পত্নীক জ্বলাই মাৰিবলৈ বুলি। পিছে মানুহজন নিজেই জ্বলি মৰিবলৈ ওলাওঁতে ৰক্ষা কৰিলে পত্নীয়েই। আৰিফ নামৰ লোকজন আৰু তেওঁৰ পত্নীয়ে প্ৰায় ৫ বছৰ ধৰি দুয়ো দুয়োৰে…

কৃষকৰ বাবে ‘এক দেশ এক বজাৰ’ নীতি মোডী কেবিনেটৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত সম্পন্ন কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত দুখনকৈ আধ্যাদেশে লাভ কৰে আনুমোদন। দিনৰ ১১ বজাত আৰম্ভ হোৱা বৈঠক খন চলে প্ৰায় দুঘণ্টা ধৰি। অত্যাৱশ্যকীয় সামগ্ৰী অধিনিয়মৰ সংশোধনীৰ প্ৰস্তাৱ অনা হয় এই…

পুলৱামাত নিহত জইছ ই মহম্মদৰ ‘ফৌজি’

জম্মু কাশ্মীৰৰ পুলৱামাৰ কংগন গাঁৱত সংঘৰ্ষ জইছ ই মহম্মদৰ ৩ সন্ত্ৰাসবাদীৰ মৃত্যু নিহত মাছুদ আজহাৰৰ আত্মীয় পুলৱামাৰ কংগন নামৰ গাঁওখনত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত জইছ ই মহম্মদৰ ৩ সন্ত্ৰাসবাদী নিহত হৈছে। আজি…

কৰ’না, দেশত ২ লাখ অতিক্ৰম

দেশত দ্ৰুত গতিত বৃদ্ধি কৰ'না আক্ৰান্তৰ সংখ্যা মঙলবাৰে ভাৰতত আক্ৰান্তৰ সংখ্যাই ২ লাখ অতিক্ৰম কৰিলে এই পৰ্যন্ত দেশত ২০৭,৬১৫ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু ঘটিছে ৫,৮২৯ জনৰ দেশৰ ৰাজধানী দিল্লীত এটা দিনতে ব্যাপক সংক্ৰমন গুজৰাটক চেৰাই ২২১৩২…

নিসৰ্গৰ প্ৰভাৱ। মুম্বাইত ধাৰাসাৰ বৰষুণ

সাগৰীয় ধুমুহা নিসৰ্গৰ প্ৰভাৱ। মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত। প্ৰতীয়মান হৈছে যে সাগৰীয় ধুমুহাজাক ক্ৰমে ওচৰ চাপি আহিছে। দুপৰীয়া ১২.৩০ বজালৈ মুম্বাইৰ পৰা নিসৰ্গৰ দূৰত্ব ১৫০ কি. মি.। কিন্তু…

নুমলীগড়ত হস্তী-মানৱ সংঘাত

নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত । দিন -দুপৰতে হাতী মানুহৰ সংঘাতৰ এই এই ঘটনা সুন্দৰপুৰ অঞ্চলৰ । আজি পুৱাৰ ভাগত এনেদৰে বন্য হস্তীৰ এটা জাকে সুন্দৰপুৰ অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰে ।ইফালে আজি কেইবাদিনো ধৰি নুমলীগড়ৰ বকিয়াল,ৰংবং,…

বৰঝাৰত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় বিমান

নিশা বৰঝাৰত অৱতৰন লকডাউনৰ পিছত অসমলৈ অহা দ্বিতীয়খন আন্ত:ৰাষ্ট্ৰীয় বিমানৰ। মস্কোৰ পৰা দিল্লী হৈ গুৱাহাটীত উপস্থিত বিমানখন। ৩৭ গৰাকী যাত্ৰী অহা বিমানখনৰ অধিকাংশই ৰাছিয়াত অধ্যয়নৰত। ৰাছিয়াৰ পৰা অহা বিমানখনত অসমৰ লগতে আহিছে উত্তৰ-পূৱৰো যাত্ৰী।…

দেবাংগনাৰ বিপদ

*দিল্লী হিংসাৰ মুখ্য অভিযুক্ত হিচাপে চিহ্নিত হল দেবাংগনা কলিতা; মুঠ ১২ জনৰ নাম উল্লেখ পুলিচৰ চার্জছীটত* *কালি দিল্লীৰ এখন আদালতত দিল্লী আৰক্ষীয়ে ১২ জন মুখ্য অভিযুক্তৰ নাম সন্নিবিষ্ট কৰি দাখিল কৰিলে চার্জছীট* দিল্লী আৰক্ষীয়ে জফৰাবাদৰ…