Local, Vocal, Global

ভাৰত ত্যাগ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ?

নিউজ ডেস্ক : নিৰ্বাচনত পৰাজয়ৰ পাছতে দেশ এৰিলে এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে। বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ প্ৰায় দুমাহ পিছত ১০ মাৰ্চত পত্নীৰ সৈতে ভাৰত ত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি ক'বলৈ লৈছো পঞ্জাৱৰ

খেলি থকা অৱস্থাতে খালত পৰি ডেৰ বছৰীয়া ৰছুলৰ মৃত্যু

নিউজ ডেস্ক : বিলাসীপাৰাত সংঘটিত হৈছে শোকাৱহ ঘটনা। দ’ খাৱৈত পৰি বিলাসীপাৰাৰ ৮নং ৱাৰ্ডৰ হাকামা তৃতীয় খণ্ড গাঁৱ ছমেৰ উদ্দিনৰ ডেৰবছৰীয়া পুত্ৰ ৰছুল সেখৰ মৃত্যু হৈছে। ঘটনাস্থলীত দণ্ডাধীশ, বিলাসীপাৰা থানাৰ আৰক্ষীৰ দল উপস্থিত

উদয়পুৰে কৰিলে ভাগ্য উদয়, শচীন হ’ব মুখ্যমন্ত্ৰী

নতুন দিল্লীঃ ভাৰত জোড়ো যাত্ৰাত ব্যস্ত কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে আজি 'এক ব্যক্ত, এক পদ’ক সমৰ্থন জনাই। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিলে মুখ্যমন্ত্ৰী পদ এৰিব লাগিব৷ গেহলটে

অসমত ৪০ হাজাৰকৈ বিক্ৰী হয় একোটা নাইন এম.এম পিষ্টল

নিউজ ডেস্ক : যোৰহাট জিলাৰ সীমান্তৱৰ্তী এলেকাত এতিয়া সহজতে পোৱা যায় পিষ্টল৷ বৃহৎ ধনৰ বিনিময়ত পিষ্টল বিক্ৰী হয় যোৰহাট জিলাৰ সীমান্তৱৰ্তী এলেকা মৰিয়নিত৷ আজি আবেলি পিষ্টল বিক্ৰী কৰিবলৈ অহা দুজন নগালেণ্ডলৰ লোকক গ্ৰেপ্তাৰ কৰাৰ পাছতে এই তথ্য

ধিঙত সামাজিক সাংস্কৃতিক সমস্যা সমাধানৰ হকে ধিং মহাবিদ্যালয়ৰ ৬১ গৰাকিকৈ ছাত্ৰ ছাত্ৰী সহযোগত আছু গোট…

নিউজ ডেস্ক : সক্ৰিয় ৰূপত ধিং আছু। ধিঙৰ জ্বলন্ত সমস্যা সমাধানৰ বাবে ধিং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ধিং মহাবিদ্যালৰ আছু গোট গঠন কৰে। ধিং আঞ্চলিক ছাত্র সন্থাৰ সহযোগত আৰু ধিং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ ব্যৱস্থাপনাৰে ৬১ গৰাকিকৈ ছাত্ৰ

মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য হোজাইত

নিউজ ডেস্ক : হোজাইত উদ্ধাৰ অচিনাকি মৃতদেহ। লালপট্টি ৰে'লৱে অভাৱ ব্ৰিজৰ সমীপত উদ্ধাৰ মৃতদেহ। মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত GRP আৰক্ষীয়ে উপস্থিত হৈ তদন্ত অব্যাহত ৰাখি, মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে নগাওঁলৈ প্ৰেৰণ

ছফ্টৱেৰ অভিযন্তাই নাপাই বিবাহৰ বাবে কন্যা!

নিউজ ডেস্ক : বিবাহৰ বাবে সকলোৱেই উপযুক্ত পাত্ৰ বা পাত্ৰী বিচাৰে। সময়ৰ অগ্ৰগতিৰ লগে লগে জীৱনসংগী বিচাৰিবৰ বাবে প্ৰায় সংখ্যকেই সামাজিক মাধ্যমত বিজ্ঞাপন দিয়া পৰিলক্ষিত হয়। বিভিন্ন সময়ত প্ৰকাশ পোৱা কিছুমান বিশেষ বিজ্ঞাপনে সামাজিক মাধ্যমত চৰ্চা

সোপাধৰা আতংক! সঁচাকৈয়ে সোপাধৰা আহিছে নেকি?

নিউজ ডেস্ক : সোপাধৰাক লৈ ৰাজ্যজুৰি পুনৰ এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰা দেখা গৈছে। বিভিন্ন ঠাইত সোপাধৰাৰ সন্দেহত নিৰীহ লোক অত্যাচাৰৰ বলি হোৱা ঘটনায়ো দখল কৰি আহিছে সংবাদ শিৰোনাম। তেনে এক ঘটনাই সংঘটিত হৈছে কাছাৰত। বুধবাৰে কাছাৰ জিলাত

এইবাৰ সমগ্ৰ দেশক একেলগে সহায় আগবঢ়াব ৰতন টাটাই

নিউজ ডেস্ক : ৰতন টাটা! নামেই যাৰ পৰিচয়। বিভিন্ন সময়ত আৰ্তজনক সহায় কৰি চৰ্চাত আহে টাটা চন্সৰ অধ্যক্ষ ৰতন টাটা। প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতি পুঁজিত সাহায্যৰ ট্ৰাষ্টী হিচাপে মনোনীত হৈছে ৰতন টাটা। মঙলবাৰে

আচলতে ফেইথ ফাউণ্ডেচনৰ নিচা মুক্তি কেন্দ্ৰত হৈছিল কি?

নিউজ ডেস্ক : বুধবাৰে মহানগৰীৰ খাৰগুলীত অৱস্থিত এটা নিচা মুক্তি কেন্দ্ৰত এগৰাকী বৃদ্ধ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাতৰি অনুসৰি, পাঠশালাৰ বাসিন্দা গিৰিজা মিৰি বুলি চিনাক্ত কৰা মৃত মহিলাগৰাকী ফেইথ ফাউণ্ডেচন নামৰ নিচা