Online trading scam:বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ জামিন মঞ্জুৰ
নিউজ ডেস্ক,২৬নৱেম্বৰ : ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্ত বিশাল ফুকন, তাৰ্কিক বৰাৰ জামিন লাভ(Online trading scam)।
স্বপ্ননীল দাসেও লাভ কৰিলে জামিন(Gauhati HC grants bail to Bishal Phukan, Tarkik Bora and Swapnanil Das)।
গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে আটাইকেইটা অভিযুক্তৰ।
লগতে পঢ়ক:কটনৰ মেধাৱী ছাত্ৰ জ্ঞানদ্বীপ হাজৰিকালৈ USTMৰ চাকৰি