Local, Vocal, Global

WATCH | NRC News : ‘NRCত নাম থকা লোকৰ গাত হাত দিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’

নিউজ ডেস্ক,১২জুন : ‘NRCত নাম থকা লোকৰ গাত হাত দিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’

হিমন্ত চৰকাৰক হুংকাৰ ৭ টাকৈ মুছলমান সংগঠনৰ(NRC News)

‘NRCৰ নাম লৈ সংখ্যালঘুৰ ওপৰত চলোৱা অত্যাচাৰ সহ্য কৰা নহ’ব’

‘ন্যায়ালয়ৰ নিৰ্দেশনা মতে কাম কৰক হিমন্ত চৰকাৰে আমি আপত্তি নকৰোঁ’

‘ সংখ্যালঘুৰ ওপৰত গৰু ছাগলীৰ দৰে অত্যাচাৰ বন্ধ কৰক’

‘১৯৭১ৰ আগত অহা মানুহৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ’ব’

‘ প্ৰকৃত বাংলাদেশী বিচাৰি উলিয়াওক’

‘আমি সম্পূর্ণ সহযোগিতা কৰিম চৰকাৰক ‘

‘হিমন্ত চৰকাৰে অবৈধ বাংলাদেশীক বিচৰাৰ নামত নাটক কৰি আছে’

বাংলাদেশীমুক্ত অসম আমিও বিচাৰোঁ, কিন্তু স্বদেশীক হাৰাশাস্তি কৰিব নোৱাৰিব বিজেপি চৰকাৰে

হুংকাৰ ৭ টাকৈ মুছলমান সংগঠনৰ।

লগতে পঢ়ক : WATCH | Chapar News : চাপৰৰ শালকোচাত বিকশিত কৃষি সংকল্প অভিযানৰ সামৰণি অনুষ্ঠান