উত্তৰ গুৱাহাটী ৰজাদুৱাৰত পুনৰ চুৰিকাণ্ড

- উত্তৰ গুৱাহাটী ৰজাদুৱাৰত পুনৰ চুৰিকাণ্ড
- নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ চাফাই অভিযান
- গ্ৰীল ভাঙি চোৰে লুটিলে গহণাসহ মূল্যৱান সামগ্ৰী
- কমলেশ্বৰ কলিতা নামৰ লোকজনৰ ঘৰত চোৰৰ চাফাই অভিযান
- আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ