Local, Vocal, Global

ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম ঘোষণা হোৱাৰ পিছত ভৱেশ কলিতাৰ  সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে

ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম ঘোষণা হোৱাৰ পিছত ভৱেশ কলিতাৰ  সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।তেওঁ সুদীৰ্ঘ ৩০ বছৰ সংগঠণৰ লগত জড়িত ।

ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰগোষ্ঠীৰ সকলো দলক একেলগে আগবঢ়াই নিবলৈ সংকল্পবদ্ধ। ৰাষ্ট্ৰীয় নেতৃত্বৰ মিচন ভিচন ১০০ শতাংশ সফল হৈছে।যাৰ ফলত ভাৰতবৰ্ষৰ বহু ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ  চৰকাৰ গঠণ কৰিবলৈ সক্ষম হৈছে।আগন্তুক নিৰ্বাচনত এই জয়ৰ ধাৰা অব্যাহত থাকিব বুলি নৱ নিৰ্বাচিত সভাপতি গৰাকীয়ে উল্লেখ কৰে।