Local, Vocal, Global

ৰাজ্য চৰকাৰৰ নতুন এছঅ’পি প্ৰকাশ

সোমবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ নতুন SOP ঘোষণা চৰকাৰৰ

কামৰূপ মেট্ৰত নীতি নিয়মৰ কোনো বিশেষ ধৰণৰ সালসলনি নহয় দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱত থাকিব সান্ধ্য আইন

দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাঙ ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত 5 বজাৰ পৰা সান্ধ্য আইন। 4 বজালৈ খোলা থাকিব দোকান পোহৰ।

ডিমা হাছাও, চৰাইদেউতো সান্ধ্য আইন বিয়লি ৫ বজাৰ পৰা
বিগত 10 দিনত যি কেইখন জিলাত 400তকৈ হ্ৰাস পাইছে কোভিড সংখ্যা সেই সমূহ জিলাত সন্ধিয়া 5 বজাৰ পৰা পোৱা 5 বজালৈ 12 ঘন্টা য়া কাৰ্ফিউ থাকিব।

কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ কঠোৰ পৰ্যবেক্ষণত

পৰিস্থিতি উপশম নহ’লে এই ৫ জিলাত শীঘ্ৰেই অধিক কঠোৰতা

আন জিলাসমূহত দিনৰ পৰা ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন

দোকান-পোহাৰ সময়ৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব

প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক

গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মাতৃৰ বাবে Work From Home

এইসকল মাতৃৰ Work From Home বেচৰকাৰী কাৰ্যালয়তো প্ৰযোজ্য হ’ব

দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন উঠিব নোৱাৰিব

আন্তঃজিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব

আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীৰ ক্ষেত্ৰত পূৰ্বৰ শিথিলতা বাহাল থাকিব