Local, Vocal, Global

অভিনেত্ৰী অমৃতা ৰাও আৰু RJ  অনমোলৰ জীৱনলৈ নতুন আলহীৰ আগমণ

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা ৰাও আৰু আৰ জে অনমোলৰ জীৱনৰ আগমণ ঘটিছে নতুন আলহীৰ৷ মঙলবাৰে RJ অনমোলে নিজৰ TWITTER ACCOUNT ত সদ্যজন্মজাত পুত্ৰ সন্তান বীৰৰ ফটো আপলোড কৰিছে৷ সদ্যজাত পুত্ৰ সন্তান বীৰ আৰু পত্নী অমৃতাৰ সৈতে নিজৰ ফটো খন আপলোড কৰি RJ গৰাকীয়ে লিখিলে যে- আমাৰ পৃথিৱী আমাৰ সুখ৷