সুশান্তক ড্ৰাগছ যোগান ধৰা অভিযুক্ত ব্যৱসায়ী NCB ৰ জালত

সুশান্তৰ মৃত্যুৰ ৰহস্যৰ লগত জৰিত ভিন্ন নতুন তথ্য পোহৰলৈ আহি আছে ৷ সুশান্তৰ হত্যাকাণ্ডত ড্ৰাগছৰ লগতে সাঙুৰ খাই পৰিছিল বিভিন্ন অভিনেতা-অভিনেত্ৰীৰ নাম৷ ২০২০ বৰ্ষত জুন মাহৰ ১৪ তাৰিখে মুম্বাইৰ বান্দ্ৰা স্থিত এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল সুশান্তৰ মৃত দেহ ৷ SSR ক ড্ৰাগছ যোগান ধৰা ধৃত মহাৰাজ শ্বাহৰ লগতে দুটা বিদেশী ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছে NCB এ ৷