Assamese
English
Friday, April 23, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

মহানগৰীত প্ৰশাসনৰ নীতি নিৰ্দেশনাক বুঢ়াআঙুলি একাংশ ব্যৱসায়ীৰ

MyNews Bureau by MyNews Bureau
July 20, 2020
in Assam, COVID-19
0
মহানগৰীত প্ৰশাসনৰ নীতি নিৰ্দেশনাক বুঢ়াআঙুলি একাংশ ব্যৱসায়ীৰ
0
SHARES
1
VIEWS

RelatedPosts

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

আজিৰ পৰা মহানগৰীত আৰম্ভ হৈছে আনলক- ১ প্ৰক্ৰিয়া। কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযোজ্য হোৱা আনলক- ১ ত কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ দোকান পোহাৰ সমূহ এক নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে খোলাৰ নিৰ্দেশ দিছিল। আজিৰে পৰা প্ৰযোজ্য হোৱা নিৰ্দেশনা অনুসৰি জালুকবাৰীৰ পৰা নুনমাটিৰ সো দিশ, ছয় মাইল পাঞ্জাবাৰীৰ সো দিশৰ ব্যৱসায়ীক প্ৰতিস্থান সমূহ খোলাৰ বাবে ব্যৱসায়ী সন্থা সমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু প্ৰশাসনৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই মহানগৰীৰ নুনমাটিৰ নাৰেংগী, কলংপাৰ, ফৰেষ্টগেট আদি পথৰ দুয়ো পাৰৰ দোকান পোহাৰ সমূহ আজি পুৱাৰে পৰা দুপৰীয়াৰ ভাগলৈ খোলাৰ পিছতো স্থানীয় আৰক্ষীয়ে নীৰৱ ভূমিকা পালন কৰাক কেন্দ্ৰ কৰি অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।  স্থানীয় একাংশ সচেতন লোকে সমগ্ৰ বিষয়টো দৃষ্টি গোচৰ কৰি আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ কেইঘণ্টা পিছতহে বন্ধ কৰি দিয়া হয় বাওঁফালৰ দোকান সমূহ।

Previous Post

গোলাঘাটত আজিৰ পৰা শিথিল লকডাউন

Next Post

বলীউড কুইন কংগণা ৰাণাৱাটৰ BIG_EXPOSE !

MyNews Bureau

MyNews Bureau

Related Posts

Assam

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021
Assam

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021
Assam

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021
Assam

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021
Assam

সকলোকে কন্দুৱাই নৱগ্ৰহ শ্মশানত শেষ বিদায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ

April 22, 2021
Assam

সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত তাহানিৰ কড়ি খেল

April 22, 2021
Next Post
বলীউড কুইন কংগণা ৰাণাৱাটৰ BIG_EXPOSE !

বলীউড কুইন কংগণা ৰাণাৱাটৰ BIG_EXPOSE !

বলীউড কুইন কংগণা ৰাণাৱাটৰ BIG_EXPOSE !

বলীউড কুইন কংগণা ৰাণাৱাটৰ BIG_EXPOSE !

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.