Local, Vocal, Global

সম্পত্তি বাঢ়িল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

# সম্পত্তি বাঢ়িল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
# ৯ মাহত ২২ লাখ টকাৰ সম্পত্তি বৃদ্ধি মোদীৰ
# মোদীৰ বেংক বেলেঞ্চ ২০২০ বৰ্ষৰ পৰা ২০২১ বৰ্ষৰ ভিতৰত ১.৫ লাখৰ পৰা ৩.৩৮ লাখলৈ বৃদ্ধি
# ২০২১ চনৰ ৩১ মাৰ্চত প্ৰধানমন্ত্ৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ৩.০৭ কোটি টকা লৈ বৃদ্ধি
# ২০২০ চনৰ জুন মাহত মোদীৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল২.৮৫ কোটি টকা
# প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ পাইছে এই তথ্য