Local, Vocal, Global

নলবাৰীত অঘটন, পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটিলে ধন

  • স্বাধীনতাৰ দিৱসৰ পুৰ্বেই নলবাৰীত অঘটন
  • নলবাৰীৰ চামতা-সৰ্থেবাৰী পথত পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটিলে ধন
  • দুৰ্বৃত্তই লুটিলে ১ লাখ ৪৬ হাজাৰ টকা
  • চাৰিজনীয়া দুৰ্বৃত্তৰ দলে পিষ্টল দেখুৱাই লুটিলে ধনখিনি
  • বাহনখনে আইটিচি ডিষ্ট্ৰিবিউটৰ সামগ্ৰী কঢ়িয়াই আনিছিল
  • সামগ্ৰী কঢ়িয়াই অনা বাহনখনৰ নম্বৰ AS 25 DC 0824
  • নম্বৰ প্লেটবিহীন ছুইফট ডিজায়াৰ এখনে বাট আগচি ধৰি সংঘটিত কৰে এই ঘটনা
  • ঘটনা সন্দৰ্ভত বেলশৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত