Local, Vocal, Global

কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ গাড়ী দুৰ্ঘটনা

  • কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ গাড়ী দুৰ্ঘটনা
  • নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে ৰাঙলু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা দ-খাৱৈত বাগৰি পৰে
  • কলিয়াবৰ আমগুৰিৰ পৰা লংকা অভিমুখে গৈ আছিল ট্ৰাকখন
  • ট্ৰাকখনত আছিল ১০ জনকৈ শ্ৰমিক
  • চালকসহ ৯জনক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি
  • ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ ব্যক্তিকেইজনক উদ্ধাৰ কৰি
  • আহত আটাইকেইজনৰে অৱস্থা সংকটজনক