WATCH | Nagaon News : নগাঁৱত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
নগাঁও,১০জুন : নগাঁৱত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন।
বিশ্ববিদ্যালয়খনৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
পুৱাৰ ভাগত বিশ্ববিদ্যালয়খনৰ পতাকা উত্তোলন কৰা হয়(Nagaon News)।
পতাকা উত্তোলন কৰাৰ পিছত আনুষ্ঠানিকভাৱে এখনি সভাৰ আয়োজন কৰা হয়।
সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা দেৱব্ৰত দাস,বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষ,অধ্যাপক অধ্যাপিকা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিষয়ববীয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। তাৰোপৰি সভাখনত “দাপোণ” নামৰ এখন আলোচনীৰ উন্মোচন কৰা হয়।
লগতে পঢ়ক : WATCH | Road Accident : গেছ ট্ৰেংকাৰ আৰু কন্টেনাৰ বাহনৰ মাজৰ মুখামুখি সংঘৰ্ষ