Local, Vocal, Global

monsoon session of Parliament : ২০ জুলাইৰ পৰা বৰ্ষকালীন অধিৱেশন

নেশ্যনেল ডেস্ক, ৬জুলাই : আগন্তুক ২০ জুলাইৰ পৰা আৰম্ভ বৰ্ষকালীন অধিৱেশন( monsoon session of Parliament)। বৰ্ষকালীন অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সৰ্বদলীয় বৈঠকৰ আহ্বান। ২০ জুলাইৰ পৰা আৰম্ভ হ’ব বৰ্ষকালীন অধিৱেশনৰ আৰু ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ১৯ জুলাইত আহ্বান কৰিলে সৰ্বদলীয় বৈঠকৰ(central government has called an all party meeting on July 19) ।এই অধিৱেশন চলিব ১১ আগষ্টলৈকে ।২০ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশন চলিব ১১ আগষ্টলৈকে। ২৩ দিনীয়া চলিব এই অধিবেশন।

এই কথা কেন্দ্ৰীয় মন্ত্ৰী প্ৰলহাদ যোশীয়ে পূৰ্বে টুইট কৰে” আৰু লগতে তেওঁ কয় ২৩ দিনীয়াকৈ চলা এই অধিৱেশনত মুঠ ১৭খন বৈঠক হ’ব( Union Minister Pralhad Joshi had tweeted)।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও টুইট কৰে আৰু সকলো দলক আইনী ব্যৱসায় আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনাত অৰিহণা যোগাবলৈ আহ্বান জনাইছে । ২৩ দিনীয়াকৈ চলা এই অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও সকলো পক্ষকে এই অধিৱেশনৰ সময়ত সহযোগিতাৰ বাবে আহ্বান জনায় ।

আনহাতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী মিনাক্ষী লেখিয়েও সোমবাৰে সংসদৰ বৰ্ষকালীন অধিৱেশন ওপৰত কয় যে পুৰণি ভৱনটোত সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ’ব(Union Minister of State Meenakshi Lekhi) । কেন্দ্ৰীয় চৰকাৰে এই অধিৱেশনক লৈ ব্যাপক তৎপৰ হোৱা দেখা গৈছে ।

২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিৰ বাবে এই অধিৱেশনত অতি গুৰুত্বপূৰ্ণ হ’ব ।এই অধিৱেশনৰ জড়িয়তে চৰকাৰে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাব ।

লগতে পঢ়ক : Supreme Court Collegium new Justice appointment : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি অসম সন্তান উজ্জ্বল ভূঞাক