MLA Bhabesh kalita:ঐতিহাসিক বালিসত্ৰ সৎসঙ্গী সৱাহ মহোৎসৱৰ কাম কাজৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

নিউজ ডেস্ক,৫ফেব্ৰুৱাৰী : ঐতিহাসিক বালিসত্ৰ সৎসঙ্গী সৱাহ মহোৎসৱৰ কাম কাজৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই।
পাচঁদিনীয়াকৈ অনুষ্ঠিত হ’ব ঐতিহাসিক বালিসত্ৰ সৎসঙ্গী সৱাহ মহোৎসৱ।।
লক্ষ লক্ষ ভক্তক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে সৱাহ মহোৎসৱৰ আয়োজক মণ্ডলি(MLA Bhabesh kalita)।
মন্ত্ৰীসভা সম্প্ৰসাৰনৰ ক্ষেত্ৰত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিল বিধায়ক ভৱেশ কলিতা।।
মন্ত্ৰীসভা সম্প্ৰসাৰনৰ বিষয়ে অৱগত নহয় ভৱেশ কলিতা।।
আনহাতে ড’নাল্ড ট্ৰাম্পে প্ৰৱাসী ভাৰতীয়ক লৈ গ্ৰহন কৰা কঠোৰ স্থিতি সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰাণালায় উচিত পদক্ষেপ ল’ব বুলি আশাবাদী ভৱেশ কলিতা।
লগতে পঢ়ক :Massive fire breaks out in Amguri: ধেপৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত ৫ লক্ষাধিক টকাৰ সম্পত্তি