Local, Vocal, Global

বিমান দুৰ্ঘটনা

  • মধ্যপ্ৰদেশৰ সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা।
  • ৰাজ্যখনৰ ভিন্দ জিলাৰ বাবেদী গাঁৱত সংঘটিত হৈছে এই ঘটনা।
  • প্ৰাৰম্ভিক খবৰ অনুসৰি এগৰাকী বায়ু সেনাৰ এগৰাকী শিকাৰুৱে চলাইছিল মিগ বিমানখন।
  • এই ঘটনাত আহত হৈছে পাইলট গৰাকী।
  • ইতিমধ্যে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈছে।
  • বিমান দু্ৰ্ঘটনা সংঘটিত হোৱা স্থান অতি দুৰ্গম বুলি জানিব পৰা গৈছে।