Local, Vocal, Global

বেংকৰ অচলাৱস্থাত পানীত হাঁহ নচৰা অৱস্থা গ্ৰাহকৰ

#বেংকৰ অচলাৱস্থাত পানীত হাঁহ নচৰা অৱস্থা বৃহত্তৰ মেৰাপানীবাসীৰ

#বিগত চাৰিদিন ধৰি অচল হৈ আছে মেৰাপানীৰ একমাত্ৰ বেংক শাখা অসম গ্ৰামীণ বিকাশ বেংক

#শুক্ৰবাৰে বজ্ৰপাতৰ ফলত নষ্ট হৈছিল বেংক শাখাটোৰ ইন্টাৰনেটৰ ব্যৱস্থা

# তথাপিও মেৰামতিৰ ব্যৱস্থা নকৰিলে উৰ্দ্ধতন কৰ্তৃপক্ষই

# লেনদেনৰ বাবে আহি নিৰাশ হৈ উভতিছে দূৰণিবটীয়া গ্ৰাহকসকল

#অনতিপলমে মেৰামতি কৰাৰ দাবী ক্ষোভিত গ্ৰাহকসকলৰ