Local, Vocal, Global

শোৱাপাটীতে জীৱন্তে সমাধিষ্ঠ দুই উদীয়মান মহিলা ক্ৰিকেটাৰ

  • চুবুৰীয়া ৰাজ্য মেঘালয়ত কৰুণ ঘটনা
  • শোৱাপাটীতে সংঘতিত হৃদয় বিদাৰক কৰুণ ঘটনা
  • ভুমিস্খলনত জীৱন্তে সমাধিষ্ঠ দুই উদীয়মান মহিলা ক্ৰিকেটাৰ
  • ক্ৰিকেটাৰ দুগৰাকীৰ নাম ফিৰোজা খান আৰু ৰাজিয়া আহমেদ
  • মেঘালয়ৰ পূব খাচী পাহাৰৰ মুনেইত সংঘতিত এই ঘটনা
  • পাহাৰ শিল-মাটি আৱৰি ধৰিছে ক্ৰিকেটাৰ দুগৰাকীৰ বাসগৃহটো
  • বৰ্তমানেও সন্ধানহীন পৰিয়ালৰ আন তিনিজন লোক
  • উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান
  • নেৰা-নেপেৰা বৰষুণৰ ফলতে সংঘতিত এই কৰুণ ঘটনা