WATCH | Massive fire breaks out : ৰঙাপৰাত ভয়ংকৰঅগ্নিকাণ্ড
জামুগুৰিহাট,১০মে’ : ৰঙাপৰাৰ কলনী চাহ বাগিচাত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড ৷ জুইত সম্পূৰ্ণৰূপেই জাহ গ’ল এখন দোকান ৷
সুৰ্জন চাবাচী নামৰ লোকজনৰ দোকান খন জুইত সম্পূৰ্ণ ৰূপেই জাহ গ’ল(Massive fire breaks out)৷ দোকানত পকৰী বনাই থকা সময়তে চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰে যদিও প্ৰায় ৩০ হাজাৰ টকাৰ সম্পত্তি জুইত জাহ যায় ৷
লগতে পঢ়ক : WATCH | Jamugurihat News : নামঘৰত হৰিধ্বনি দি মন্টু বৰাক যুদ্ধ ক্ষেত্ৰলৈ পঠিয়ালে গঞা ৰাইজে