Local, Vocal, Global

আমে সলনি কৰিলে এগৰাকী ছাত্ৰীৰ জীৱন

আমে জীৱন সলনি কৰিব পাৰেনে
হয় আমে জীৱন সলনি কৰিব পাৰে
এগৰাকী ছাত্ৰীৰ জীৱন সলনি কৰিলে আমে ।

ৰাস্তাৰ কাষতে বহি থকা এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ঝাৰখণ্ডৰ জামছেদপুৰৰষ্টেষ্ট মা‌ইলছ ৰোডৰ ৪৭নং বাংলোৰ ১১বছৰীয়া তুলসীৰ অনলাইন ক্লাছ কৰিবলৈ তুলসীৰ নাই স্মাৰ্ট ফোন কিয়নো বিদ্যালয় বন্ধ হোৱাৰ পিছত অনলাইন ক্লাছ আৰম্ভ হৈছে তাৰ বাবে এটা স্মাৰ্ট ফোন অতিকৈ প্ৰয়োজন।যিটো তূলসীৰ তাত নাছিল । দৰিদ্ৰতাৰ বাবে পৃতিয়ে খিনি দিবা পৰা নাছিল এটা স্মাৰ্ট ফোন।ৰাজপথত আম বিক্ৰী কৰি আছিল ১১বছৰীয়া তুলসীয়ে । গ্ৰাহকৰ অপেক্ষাত তুলসী দীৰ্ঘ সময় ধৰি এনেকৈ অপেক্ষা কৰাৰ পিছত এজন ব্যক্তি আহিল আম ক্ৰয় কৰিবলৈ আম কিনিবলৈ ল‌ওতেই ১১বছৰীয়া ছাত্ৰী গৰাকীৰ কথা শুনি আৱেগিক হৈ পৰিল ব্যক্তিগৰাকী তাইৰ লক্ষ্য নিজিই আম বিক্ৰী কৰি অনলাইন ক্লাছৰ বাবে ক্ৰয় কৰিব এটা মোবাইল ফোন কিন্তু আম বিক্ৰী কৰিয়ে এটা মোবাইল ফোন কিনাটো সম্ভৱ পৰ নাছিল তুলসীৰ কথাবোৰ শুনি আৱেগিক হৈ পৰা ব্যক্তিজনে তুলসীক ১২টা আমৰ বিনিময়ত দিয়ে ১লাখ ২০ হাজাৰ টকা আমবোৰ কোনো বিশেষ নাছিল কিন্তু আমবোৰ তুলসীৰ বাবে মূল্যৱান আছিল তেওঁ এজন ব্যৱসায়ী মুম্বাইৰ মূল্যৱান মনোৰঞ্জন কোম্পানীৰ উপাধ্যক্ষ অমেয়া হেটেক।

তুলসীৰ দৃঢ়তা আৰু আগ্ৰহে তেওঁক প্ৰভাৱিত কৰিছে বাবেহে আম কেইটা কিনিছে এই সহায়ৰ পিছৰে পৰা তুলসীৰ জীৱনত ঘূৰি আহিল সুখৰ বণ্যাস তুলসীৰ হাতত এতিয়া এটা দামী স্মাৰ্ট ফোন লৈ থকা দেখা গ’ল লগতে অমেয়া হেটেকৰ এই মহানুভৱনতাক শলাগ ল’ব লাগিব।