WATCH | Mangaldoi News : বিধায়ক বসন্ত দাসৰ ওপৰত ক্ষোভ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

মঙলদৈ,১০জুন : বিধায়ক বসন্ত দাসৰ ওপৰত ক্ষোভ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ গাধুৱা ও খাৰপুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মোজাম্মিল হকৰ।
সংখ্যালঘুৰ ভোটৰে নিৰ্বাচিত হোৱা বসন্ত দাস কোনো কাম কৰা নাই নাই বুলি অভিযোগ ৰাইজৰ(Mangaldoi News)।
সংখ্যালঘূ ৰাইজে এইবাৰ কংগ্ৰেছক ভোট প্ৰদান নকৰে বুলি জনাই মোজাম্মিল হকে।