Local, Vocal, Global

“মোৰ একো নহয়, চিন্তা নকৰিবা” ইন্দ্ৰজিৎ বৰাৰ শেষ কথা আছিল মৰমৰ পত্নীলৈ

মোৰ একো নহয়, চিন্তা নকৰিবা!” পত্নীৰ লগতে বহুজনৰ জীৱন ৰক্ষা কৰি নিজে হেৰাই গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত, আজি বিশ্বনাথ ঘাটত উদ্ধাৰ হ’ল ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত শৰাই আগবঢ়াই ঘৰলৈ উভতিছিল সপত্নীক ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান

 

মৃতদেহ উদ্ধাৰ হোৱা পাছতেই সমগ্র লখিমপুৰৰ লগতেই গাঁও বাসীৰ মাজত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।বৰ্তমানেও ঘটনা সন্দৰ্ভে জানিব দিয়া হোৱা নাই ইন্দ্ৰেশ্বৰ বৰা ওৰফে জান বৰাৰ বৃদ্ধ পিতৃ মাতৃক।

 

ইতিমধ্যে বৰাৰ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ বাবে বিহালীস্থিত মৰণোত্তৰ পৰিক্ষা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ৷