পুনৰ বন্ধ নিমাতী-মাজুলীৰ মাজৰ ফেৰী সেৱা

- নিমাতী-মাজুলীৰ মাজত চলাচল কৰা সকলো ফেৰী সেৱা তৎকালিনভাৱে বন্ধ কৰি দিয়া হৈছে
- নিশাৰে পৰা অস্বাভাৱিক হাৰত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি
- ফলত জিলা প্ৰশাসনে তৎকালীনভাৱে বন্ধ কৰিলে নিমাতী আৰু মাজুলীৰ ফেৰী সেৱা
- নিমাতী আৰু মাজুলীৰ পাৰঘাটৰ ইতিমধ্যে পানী ভৰ্তি হৈ পৰিছে
- জিলা প্ৰশাসনে পুনৰ সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত ফেৰীসমূহৰ চলাচল বন্ধ থাকিব।