Assamese
English
Thursday, April 22, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

নিলাম হ’ব গান্ধীজীৰ চশমা

MyNews Bureau by MyNews Bureau
August 11, 2020
in Assam, India, World
0
নিলাম হ’ব গান্ধীজীৰ চশমা
0
SHARES
2
VIEWS

RelatedPosts

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

Sand artist urges people to ‘Go Green’ with stunning sculpture

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

ব্ৰিটেইনত নিলাম হ’ব  মহামানৱ মহাত্মা গান্ধীৰ চশমা ৷ উত্তৰ-পশ্চিম ব্ৰিটেইনৰ হানহাম চহৰৰ পূৱ ব্ৰিষ্টাল নিলাম কেন্দ্ৰলৈ অনা হৈছে চশমাযোৰ ৷ চশমাযোৰৰ লগতে নিলাম কেন্দ্ৰটোৱে সাজু কৰিছে বাপুজীৰ এক দীঘলীয়া ইতিহাস ৷ ইংলেণ্ডৰ এগৰাকী অজ্ঞাত পৰিচয়ধাৰী ব্যক্তিয়ে নিলাম কেন্দ্ৰটোক গটাইছিল গান্ধীজীৰ চশমাযোৰ ৷ ব্যক্তিজনে কৰ্তৃপক্ষক জনাইছিল যে তেওঁৰ ককাকে ব্ৰিটীছ পেট্ৰ’লিয়ামৰ হৈ চাকৰি কৰা দিনতে কোনোবা এটা সময়ত গান্ধীজীয়ে চশমাযোৰ উপহাৰ হিচাপে আগবঢ়াইছিল তেওঁক ৷ বাপুজীৰ সোণ-পানী চৰোৱা চশমাযোৰৰ মূল্য কমেও ১০-১৫ হাজাৰ পাউণ্ড অৰ্থাৎ ভাৰতীয় মুদ্ৰা অনুসৰি ১০-১৫ লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে৷ উত্তৰাধিকাৰ সুত্ৰে লাভ কৰা ইতিহাস সম্বলিত সামগ্ৰীবিধ সঠিক ঠাইত প্ৰেৰণৰ বাবে নিলাম কেন্দ্ৰটোত গটাই দিয়ে ব্যক্তিগৰাকীয়ে।

Previous Post

অসমত লক্ষণ সলনি হৈছে নেকি কৰ’না ভাইৰাছৰ?

Next Post

সোণাৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছুৰ

MyNews Bureau

MyNews Bureau

Related Posts

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ
Assam

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

April 22, 2021
Sand artist urges people to ‘Go Green’ with stunning sculpture
Environment

Sand artist urges people to ‘Go Green’ with stunning sculpture

April 22, 2021
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?
Assam

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

April 22, 2021
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ
Assam

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021
ক’ভিডত আক্ৰান্ত হৈ মৃত্য়ু CBI ৰ প্ৰাক্তন পৰিদৰ্শকৰ
COVID-19

লংকা ইছলামবস্তি মছজিদত প্ৰচণ্ড মাৰপিটৰ ঘটনা

April 21, 2021
কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত
COVID-19

কি আছে ৰাজ্য় চৰকাৰৰ #Covid19 নিৰ্দেশাৱলীত

April 20, 2021
Next Post
সোণাৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছুৰ

সোণাৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছুৰ

সোণাৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছুৰ

সোণাৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছুৰ

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020
সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0
সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

সোণাপুৰৰ দিচাং ৰিজৰ্টত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিৰ

April 22, 2021
Sand artist urges people to ‘Go Green’ with stunning sculpture

Sand artist urges people to ‘Go Green’ with stunning sculpture

April 22, 2021
যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

যাদু সম্ভ্ৰাট বিক্ৰম তালুকদাৰৰ ৰাজনৈতিক ভৱিষ্যৎবানী কাৰ হ’ব অসমত পৰৱৰ্ত্তী চৰকাৰ ?

April 22, 2021
অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

অ’এনজিচিৰ তিনি বিষয়া কৰ্মচাৰীক অপহৰণ

April 21, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.