LPG price hike :পূজাৰ বতৰত ৰাইজৰ ওপৰত মাধমাৰ; দুৰ্গা পূজাৰ পূৰ্বে পুনৰ দাম বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ
নিউজ ডেস্ক,১অক্টোবৰ : পূজাৰ বতৰত ৰাইজৰ ওপৰত মাধমাৰ ।পুনৰ ৰন্ধন গেছ ব্যৱহাৰকাৰীসকলৰ বাবে দুঃখবৰ। দুৰ্গা পূজাৰ পূৰ্বে পুনৰ দাম বৃদ্ধি বাণিজ্যিক চিলিণ্ডাৰৰ ৷
এটা গেছ চিলিণ্ডাৰৰ মূল্য ৪৮ টকালৈ বৃদ্ধি পাইছে(LPG price hike)।
সমগ্ৰ দেশতে বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰা ৰাইজক পুনৰ মাধমাৰ দিলে তেল বিপণন কোম্পানীসমূহে। বিজয়া দশমী আৰু দীপাৱলীৰ পৰিপ্ৰেক্ষিতত বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ১৯ কেজিৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছে(19kg commercial gas cylinders costlier by Rs 48.50)।
তেল কোম্পানীসমূহে ঘোষণা কৰিছে যে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ বৰ্ধিত মূল্য আজি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। বাণিজ্যিক গেছ ব্যৱহাৰ কৰা ৰাইজক পুনৰ মাধমাৰ।
লগতে পঢ়ক : Assam Police Day 2024 : আজি অসম আৰক্ষী দিৱস