Local, Vocal, Global

দীপাৱলী উপলক্ষে ৫ নৱেম্বৰত বন্ধ ঘোষণা

  • দীপাৱলী উপলক্ষে ৫ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা।
  • স্কুল, কলেজ, চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।
  • গুৱাহাটী মহানগৰীত এই বন্ধ ঘোষণা কৰা হৈছে।
  • কামৰূপ মেট্ৰ’ৰ উপায়ুক্তই দিছে নিৰ্দেশ।
  • স্থানীয় বন্ধ ঘোষণা কৰিছে উপায়ুক্তই।
  • পৰীক্ষা বা আন অত্যাৱশ্যকীয় সেৱাক এই বন্ধই সামৰি নলয়।
  • দীপাৱলী উপলক্ষে কঠোৰ নিৰ্দেশনা কামৰূপ মহানগৰ প্ৰশাসনৰ।
  • ফটকা, বোমা ফুটোৱাত কঠোৰ হ’ব প্ৰশাসন।
  • নিৰ্ধাৰিত সময়তে ফুটাব পাৰিব ফটকা।