Local, Vocal, Global

কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত হ’ব উপ নিৰ্বাচন

৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত উপ নিৰ্বাচন। তাৰ বাবে সাজু হৈছে নিৰ্বাচনী আয়োগ। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা।

  • নিৰ্বাচন পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অনুষ্ঠিত।
  • কঠোৰ ক’ভিড-১৯ প্ৰটোকলৰ জৰিয়তে অনুষ্ঠিত হ’ব নিৰ্বাচন।
  • মনোনয়ন দাখিলৰ সময়তশোভাযাত্ৰা নিষিদ্ধ।
  • ৰোড শ্ব’, বাইক-চাইকেল ৰেলী নিষিদ্ধ।
  • মাত্ৰ ৫ জন ব্যক্তিয়েহে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব।
  • ভোটদানৰ ৭২ ঘণ্টা পূৰ্বে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ।
  • ভোটাৰসকলে মাস্ক পিন্ধি ভোটকেন্দ্ৰলৈ আহিব লাগিব
  • সন্ধিয়া ৭ বজাৰ পৰা পুৱা ১০ বজালৈ কঠোৰভাৱে নিষিদ্ধ প্ৰচাৰ।
  • ১০০০ তকৈ অধিক ভোটাৰ থকা ভোটকেন্দ্ৰত অতিৰিক্ত কেন্দ্ৰ স্থাপন কৰিব লাগিব।