লংকাৰ নখুঁটিত বনবিভাগৰ সফল অভিযান

- লংকাৰ নখুঁটিত বনবিভাগৰ অভিযান
- নখুঁটিত বিট বনবিষয়া আৰু কাকী বনকৰ্মীৰ যৌথ অভিযান
- নখুঁটিৰ ভিতৰুৱা পাহাৰী অঞ্চল, নামনিগাঁৱৰ পৰা জব্দ পঞ্জীয়ন বিহীন অবৈধ চেগুণ কাঠ ভৰ্তি টাটা মৱাইল গাড়ী
- জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য ৫০পঞ্চাশ হাজাৰ টকা
- বনকৰ্মীৰ অভিযানৰ উমান পায় গাড়ী এৰি পলায়ন গাড়ীখনৰ চালক
- অবৈধ চেগুণ কাঠ ভৰ্তি টাটা ম’ৱাইলখন বৰ্তমান নখুঁটি বিট বন বিষয়া ৰখা হৈছে
- লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা এনেদৰে মূল্যবান গছ কাটি বন মাফিয়াই চলাই আহিছে বনধংস যজ্ঞ