জাপৰিগোগত ভাৰাতীয়াৰ আক্ৰমণত মৃত্যু ভাৰা ঘৰৰ মালিকৰ

নিউজ ডেস্ক, ২০ মে’- ভাৰাতীয়াৰ আক্ৰমণত মৃত্যু হেমধৰ বৰুৱাৰ। জাপৰিগোগত ভাৰাতীয়াৰ আক্ৰমণত মৃত্যু হয় ভাৰা ঘৰৰ মালিকৰ। পৰকীয়া প্ৰেমৰ বাবেই প্ৰাণ ঘাতী আক্ৰমণ ঘৰৰ মালিকক। ধৰণী ডেকাই প্ৰাণ ঘাতী আক্ৰমণ কৰিছিল ভাড়াঘৰৰ মালিক হেমধৰ বৰুৱাক।
২০২১ চনৰ পৰা হেমধৰ বৰুৱাৰ ভাড়া ঘৰত বাস কৰি আছিল ধৰণী ডেকা আৰু তেওঁৰ পৰিবাৰে। খবৰ অনুসৰি বিগত কিছুদিন ধৰি ভাৰা ঘৰৰ মালিক হেমধৰ বৰুৱাই ধৰণী ডেকাৰ পৰিবাৰক অশ্লীল ইংগিত দি আহিছিল। তাৰ পৰিপ্ৰেক্ষিততে ধৰণী ডেকাই প্ৰাণ ঘাতী আক্ৰমণ কৰিছিল ভাড়াঘৰৰ মালিক হেমধৰ বৰুৱাক।
ধৰণী ডেকাই ভাড়াঘৰৰ মালিক হেমধৰ বৰুৱাকগুপ্তাংগত প্ৰাণ ঘাতী আক্ৰমণ কৰিছিল। আৰু সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হৈছিল হেমধৰ বৰুৱাক। চিকিৎসালয়লৈ নিয়া অৱস্থাতে মৃত্যু হয় হেমধৰ বৰুৱাৰ।
দিছপুৰ থানাত আত্মসমৰ্পণ কৰিব যোৱা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰণী ডেকা আৰু তেওঁৰ পত্নীক।
বৰ্তমান দিছপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অভিযান