Local, Vocal, Global

লকডাউনৰ প্ৰভাব মাটিকঠালত । ভাল দিনৰ অপেক্ষাত কৃষক ।

লকডাউনৰ প্ৰভাব মাটিকঠালত । ভাল দিনৰ অপেক্ষাত কৃষক ।
অৰুণাচল, তেজপুৰ, ডিব্ৰুগড়, আদি স্থানত বিশেষ চাহিদা লাভ কৰা সুস্বাদু মাটিকঠালৰ বজাৰত প্ৰভাব লকডাউনৰ।  পূৰ্বৰ দৰে নাই ক্ৰেতা, নাই সাপ্তাহিক বজাৰো।