Local, Vocal, Global

লখিমপুৰত পুনৰ আটক হেৰইন সৰবৰাহকাৰী 

  • লখিমপুৰত পুনৰ নিষিদ্ধ হেৰইনসহ আটক সৰবৰাহকাৰী
  • বিহপুৰীয়া আৰক্ষী থানাৰ অধিনষ্ঠ বান্দৰদেৱাৰ পৰা গ্ৰেপ্তাৰ হেৰইন সৰবৰাহকাৰী
  • গ্ৰেপ্তাৰ হোৱা ধৃত হেৰইন সৰবৰাহকাৰী জনৰ নাম ৰাজীৱ পেগু
  • উল্লেখ্য যে ৰাজীৱ পেগু ইয়াৰ পুৰ্ব্বে কেইবাবাৰো জেলৰ আলহী হৈছিল
  • মটৰ চাইকেল চুৰি,হত্যা আৰু অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ গোচৰত অভিযুক্ত আছিল পেগু
  • ৰাজীৱ পেগুয় এবছৰ ধৰি জড়িত আছে হেৰইন সৰবৰাহত
  • অভিযুক্ত ৰাজীৱ পেগুয়ে স্বীকাৰ কৰিছে যে এই কথা