Local, Vocal, Global

লাডাখ হিমালয়ৰ এক অনামী শিখৰত অসমৰ পবৰ্তাৰোহীয়ে উৰুৱালে ফুলাম গামোছা

লাডাখ হিমালয়ৰ এক অনামী শিখৰত অসমৰ পবৰ্তাৰোহীয়ে উৰুৱালে ফুলাম গামোছা

৬২৪০ মিটাৰ ওখ শিখৰটোত আৰোহণ অসমৰ অভিযাত্ৰী দলৰ

অসম পবৰ্ত আৰোহণ সন্থাৰ উদে্যাগত এই অভিযান

শিখৰত আৰোহণ মানজ বৰুৱা, জয়ন্ত নাথ, ভাস্কৰ বৰুৱা, শেখৰ বৰদলৈৰ

শুকুৰবাৰে দিনৰ ১১ বজাত শিখৰ আৰোহণ দলটোৰ

 

শীতৰ বতৰত হিমালয়ত অভিযান অসমৰ দলটোৰ