কৃষক মুক্তি আৰু ৭০ সংগঠনৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা

- খ্ৰীষ্টানবস্তিৰ হোটেল গেটৱে’ ঘোষণা কৃষক মুক্তি আৰু ৭০ সংগঠনৰ নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা
- ‘ৰাইজৰ দল’ নামে ৰাজ্যত জন্ম কৃষক মুক্তি আৰু ৭০ সংগঠনৰ নতুন আঞ্চলিক ৰাজনৈতিক দল
- নতুন আঞ্চলিক ৰাজনৈতিক দলৰ মুখ্য আহ্বাহকৰ দায়িত্বত অখিল গগৈ
- উপদেষ্টা পৰিষদত ডঃ হীৰেণ গোঁহাই, জাহ্ন বৰুৱা, ডঃ উদয়াদিত্য ভড়ালী, ডঃ নগনে শইকীয়া পৃথ্বীৰাজ ৰাভা, নাৰায়ণ শৰ্মা
- কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলত থাকিব অৰূপ বৰবৰাৰ সংযুক্ত আঞ্চলিক মৰ্চা
- কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলত থাকিব বীৰ লাচিত সেনা
- দল গঠনৰ স্বাৰ্থত KMSSৰ পৰা অব্যাহতি ভাস্ক’ দি শইকীয়া
- ৰাজ্যিক আহ্বায়কৰ দায়িত্বত ভাস্ক’ দি শইকীয়া