Local, Vocal, Global

মাদ্ৰিদ অপেনত ক্লে ক’টৰ ৰজা ৰাফেল নাডালৰ বিদায়

নিজৰ সাম্ৰাজ্যৰ পৰা ৰজাই অপ্ৰত্যাশিতভাৱে বিদায় মাগিছে।তাকো একেবাৰে কোৱাৰ্টাৰ ফাইনেলত। ৫ বাৰৰ মাদ্ৰিদ অপেনৰ চেস্পিয়নৰ যষ্ঠবাৰৰ জয়ৰ সপোনত মোক্ষম আঘাত হানিলে জাৰ্মানৰ তাৰকা আলেকজেন্ডাৰ জেভেৰভে।মেচৰ ফলাফল আছিল ৬-৪, ৬-৪। জয়ৰ বাবে সময়ৰ প্ৰয়োজন আছিল মাত্ৰ ৪৬ মিনিট। প্ৰথমৰ পৰাই আক্ৰমণাত্মক আছিল নাডাল।অধিক আক্ৰমণেই কাল হ’ল ৰজাৰ।