Local, Vocal, Global

খাৰঘুলিৰ কোকেইন কাণ্ডৰ মাষ্টৰমাইণ্ড বিশাল চৌধুৰীলৈ আৰক্ষীৰ গুলীচালনা

খাৰঘুলিৰ কোকেইন কাণ্ডৰ মাষ্টৰমাইণ্ড বিশাল চৌধুৰীলৈ আৰক্ষীৰ গুলীচালনা ।
আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা চলাওঁতেই আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় বিশাল চৌধুৰী ।
আৰক্ষীৰ গুলী চালনাত দুটাকৈ গুলী লাগে বিশালৰ ভৰিত ।
এই কথা টুইট যোগে সদৰী কৰে SDGP জি পি সিঙে ।
খাৰঘুলিৰ ৰেভ পাৰ্টিত কোকেইন যোগান ধৰিছিল বিশাল চৌধুৰীয়ে ।
দিল্লীৰ পৰা আটক কৰিছিল আৰক্ষীয়ে ।