Assamese
English
Friday, April 23, 2021
  • About
  • Advertise
  • Privacy & Policy
  • Contact
MyNewsNE
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
  • India
  • World
  • Education
  • Entertainment
  • Sports
  • Lifestyle
No Result
View All Result
MyNewsNE
No Result
View All Result
Home Assam

পশ্চিম কাৰ্বি আংলঙত অব্যাহত চোৰাং কাঠৰ বেহা

MyNews Bureau by MyNews Bureau
July 19, 2020
in Assam, Meghalaya
0
0
SHARES
4
VIEWS

RelatedPosts

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

চোৰাং কাঠৰ বেহা অব্যাহত আছে অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জেৰিকীন্দেঙৰ ইংহীন-লাংছ’ নামৰ ঠাইত  চোৰাং ভাৱে ফালি মজুত কৰি ৰখা কাঠ জব্দ কৰে খেৰণি বন কৰ্মীয়ে। কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ চোৰাং ব্যৱসায়ীয়ে কাঠখিনি সৰবৰাহ কৰাৰ উদ্দেশ্যে মজুত কৰি ৰাখিছিল ৷ ইফালে বন কৰ্মীৰ এই অভিযানত চোৰাং কাঠৰ অবৈধ কাৰ্যৰ সৈতে জড়িত কোনো এজন ব্যক্তিকে কৰায়ত্ত কৰিব সক্ষম নহল ৷বনকৰ্মী উক্ত স্থান পোৱাৰ পূৰ্বেই কাঠ চোৰে পলায়ন কৰে ৷ আনহাতে ঘটনাস্থলীৰ পৰা এম এল ০৪ বি-৮৪৯৪ নম্বৰৰ এখন মটৰ চাইকেল (ডিছকভাৰ) জব্দ কৰাৰ লগতে কাঠ ফলা যন্ত্ৰচালিত এখন কৰত জব্দ কৰিবলৈ সক্ষম হয় ৷ এনেদৰে প্ৰতিদিনে চোৰাং কাঠৰ বেহা আৰু বন ধ্বংস যজ্ঞ অব্যাহত আছে অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ এই অঞ্চলসমূহত।

Previous Post

ভয়ংকৰ দৃশ্য ! বাঢ়নীপানীত উটি গ’ল এজন ব্যক্তি

Next Post

আজি দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা চাৰ্জিল ইমামক

MyNews Bureau

MyNews Bureau

Related Posts

Assam

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021
Assam

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021
Assam

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021
Assam

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021
Assam

সকলোকে কন্দুৱাই নৱগ্ৰহ শ্মশানত শেষ বিদায় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ

April 22, 2021
Assam

সম্প্ৰতি অসমৰ সংস্কৃতিৰ পৰা বিলুপ্তিৰ পথত তাহানিৰ কড়ি খেল

April 22, 2021
Next Post
আজি দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা চাৰ্জিল ইমামক

আজি দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা চাৰ্জিল ইমামক

আজি দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা চাৰ্জিল ইমামক

আজি দিল্লীলৈ লৈ যোৱাৰ সম্ভাৱনা চাৰ্জিল ইমামক

Stay Connected

  • 320.4k Fans
  • 117 Followers
  • Trending
  • Comments
  • Latest
হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

হুইল চেয়াৰত কপিল শৰ্মা , অনুৰাগীক অশ্লীল ভাষাৰে পাৰিলে গালি

February 23, 2021
কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

কিহৰ বাবে আত্মহনন ১২ বছৰীয়া কিশোৰৰ

October 25, 2020
কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

কোন ৫ চেলিব্ৰেটীয়ে অস্বীকাৰ কৰিলে কপিল শর্মা শ্ব’ত অংশ ল’বলৈ?

November 15, 2020
ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

ৰন্ধন গেছৰ গ্ৰাহকৰ বাবে এক বিশেষ খবৰ

October 16, 2020

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

0

অসমৰ বাবে অধিক ৰেল বিচাৰি কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ ৰিপুন বৰাৰ পত্ৰ

0

কৰ’না, ভাৰতৰ গতি উৰ্দ্ধমুখী

0

সুভাষ দাস কমিটিৰ প্ৰতিবেদন দাখিল

0

মানৱতা জীয়াই ৰখাৰ যুঁজত যেন নামিছে যোৰহাটৰ এদল লোক

April 23, 2021

COVID পৰীক্ষাক লৈ ব্যাপক বেমেজালি ৰাজ্যৰ স্বাস্থ্য বিভাগত

April 22, 2021

কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ডিগবৈৰ বিভিন্ন বিদ্যালয় কিম্বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

April 22, 2021

যাদু সম্ৰাট বিক্ৰমৰ বাকচত বন্দী হ’ল ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ ফলাফল

April 22, 2021

Recent News

About Us

MyNewsNE

You're visiting the official website of MyNews NE. A digital media organization from North Eastern Part of India. Stay updated with us with our website and social media pages. Thanks.

Like Us on Facebook

Our Twiiter Handle

Tweets by MyNewsNE

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 My News NE. All Rights Reserved.

No Result
View All Result
  • Home
  • Guwahati
  • Assam
  • North East
    • Arunachal
    • Manipur
    • Meghalaya
    • Mizoram
    • Nagaland
    • Tripura
    • Sikkim
  • India
  • World
  • Education
  • Sports
  • Entertainment
    • Movie
    • Music
  • Business
  • Lifestyle
    • Fashion
    • Food
    • Health
    • Travel
  • Politics
  • Science
  • English Edition

© 2021 My News NE. All Rights Reserved.