Local, Vocal, Global

মায়ানগৰীত পুনৰ আত্মহত্যা, এইবাৰ ক্ৰিকেটাৰ

পুনৰ এক আত্মহত্যাৰ ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে মায়ানগৰী মুম্বাইত। এইবাৰ মুম্বাইত আত্মহত্যা ২৭ বছৰীয়া ঘৰুৱা ক্ৰিকেটাৰৰ। মুলত IPL-ত স্থান লাভ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে আত্মহননৰ দৰে চৰম প্ৰন্থা বাচি লয় ক্ৰিকেটাৰ কৰণ তিৱাৰীয়ে। নিজ বাসগৃহত ফেনত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় কৰণৰ মৃতদেহ। জুনিয়ৰ ষ্টেইন নামেও খ্যাত আছিল কৰণ তিৱাৰী। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি কৰণ তিৱাৰীয়ে ডিপ্ৰেচনত ভুগিছিল।