Local, Vocal, Global

কামপুৰৰ কপিলী দলঙত অঘটন

  • কামপুৰৰ কপিলী দলঙত অঘটন
  • কামপুৰত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি
  • কপিলী দলঙৰ পৰা ভৰা নৈত জাঁপ দিলে এগৰাকী মহিলাই
  • মহিলাগৰাকী কামপুৰ পাছনিজাৰৰ জোস্মা বৰা
  • প্ৰতক্ষ্যদৰ্শী কেইজনমান যুৱকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক
  • যুৱক কেইজনৰ দুঃসাহসী কাৰ্যক প্ৰশংসা সকলোৰে