Local, Vocal, Global

WATCH | Jorhat News : তীব্ৰবেগী ডাম্পাৰৰ খুন্দা স্কুটিত;নিহত এজন ছাত্ৰ

যোৰহাট,২৬এপ্ৰিল : যোৰহাটৰ অজন্তা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা ।

তীব্ৰবেগী ডাম্পাৰৰ খুন্দা স্কুটিত। ফলত নিহত এজন ছাত্ৰ ।

দুৰ্ঘটনাত নিহত হোৱা ছাত্র জন মৃগাংক শইকীয়া বুলি জানিব পৰা গৈছে(Jorhat News)।

নিহত ছাত্ৰজন যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ছাত্র আছিল বুলি জানিব পৰা গৈছে।

ছাত্রজনৰ ঘৰ ডিব্ৰুগড়ত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Bhabesh kalita: পেহেলগামৰ ঘটনাক লৈ প্ৰাক্তন ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য