Local, Vocal, Global

জিঅ’ কোম্পানীয়ে আগবঢ়াইছে এক বিশেষ সুবিধা মোবাইল ৰিচাৰ্জৰ লগতে দিব মোবাইল ফোন

নিউজ ডেস্ক , ২৩ এপ্ৰিল :- জিঅ’ৰ গ্ৰাহকৰ বাবে বিশেষ অফাৰ , মোবাইল ৰিচাৰ্জৰ কৰিলে লাভ কৰিব মোবাইল ফোন…!

পূৰ্বতেও জিঅ’ই গ্ৰাহকৰ বাবে আগবঢ়াইছিল বহুতো সুবিধা , কিন্তু এইবাৰ জিঅ’ৰ এই অফাৰ জিঅ’ৰ গ্ৰাহকৰ বাবে হ’ব অধিক আকৰ্ষণীয় ।

অইন কোম্পানীবোৰৰ দৰে জিঅ’ইয়ো গ্ৰাহকৰ বাবে প্ৰিপেইড আৰু পোষ্ট পেইড দুয়োবিধ সুবিধাৰ লগতে অইন কোম্পানীবোৰত নথকা সুবিধা প্ৰদান কৰিছে আম্বানীয়ে ।

এতিয়াৰে পৰা আপুনি জিঅ’ৰ ৰিচাৰ্জ কৰিলে পাব ৰিচাৰ্যৰ লগতে মোবাইল ফোন, এটা বিশেষ ৰিচাৰ্জত জিঅ’ই আগবঢ়াব এই মোবাইল ফোন ।

১৪৯৯ টকাৰ এবছৰৰ ৰিচাৰ্জ কৰিলে মোবাইলো লাভ কৰিব এই ৰিচাৰ্জত অপৰিসীমিত(Unlimited) টক টাঅম, গোটেই বছৰটোৰ বাবে ২৪ জিবি ডাটা লগতে জিঅ’ গ্ৰাহকে লাভ কৰিব জিঅ’এপৰ ফ্ৰী চাইব্সক্ৰাইবছন। এই জিঅ’ ফোনত আপুনি জিঅ’ টিভি, জিঅ’ চিনেমা আদিৰ দৰে এপ সহজতে ব্যৱহাৰ কৰিব পাৰিব। লগতে আছে অন্যান্য সেৱা।