Jagiroad protest:জাগীৰোডত বীৰ লাচিত সেনাৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট
২ফেব্ৰুৱাৰী ২০২৫,জাগীৰোড: জাগীৰোডত বীৰ লাচিত সেনা মৰিগাঁও জিলা সমিতি আৰু জাগীৰোড আঞ্চলিক সমিতিৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ যোৰহাটত দিগম্বৰ জৈন ধৰ্মপ্ৰচাৰকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আটক হোৱা বীৰ লাচিত সেনাৰ ৭ গৰাকীকৈ সদস্যক বিনা চৰ্তে মুকলিৰ দাবীত এই প্ৰতিবাদ ৷ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ প্ৰতিবাদকাৰী সকলক অতি শীঘ্ৰে মুকলি নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বীৰ লাচিত সেনাৰ ৷