Local, Vocal, Global

Jagiroad accident: জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা

৮ ফেব্ৰুৱাৰী ২০২৫,জাগীৰোড : জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত পথ দুৰ্ঘটনা। ২৭ নং ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই পকী দেৱালত খুন্দা স্ক’ৰপ্ৰিয় বাহনৰ। JH-15W-0689 নম্বৰৰ বাহনখনত আছিল একেটা পৰিয়ালৰ ৫ জন লোক।ঝাৰখণ্ডৰ পৰা ডিমাপুৰলৈ গৈ আছিল পৰিয়ালটো। গুৰুতৰভাৱে আহত বাহনখনৰ চালক। ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে আহত লোককেইজনক।