Local, Vocal, Global

বলিউডৰ বিশিষ্ট অভিনেতা জগদ্বীপ জাফৰীৰ দেহাৱসান

62
  • বলিউডৰ বিশিষ্ট কৌতুক অভিনেতা জগদ্বীপ জাফৰীৰ দেহাৱসান
  • বুধবাৰে নিশা শেষ নিশ্বাস ত্যাগ বৰ্ষীয়ান অভিনেতা গৰাকীৰ
  • ৮১ বছৰ বয়সত ইহ সংসাৰৰ পৰা বিদায় জগদ্বীপৰ
  • ‘Sholay’ ছবিত ‘সুৰমা ভূপালী’ৰ  জনপ্ৰিয় চৰিত্ৰ ৰূপায়ন কৰিছিল জগদ্বীপ জাফৰীয়ে