Local, Vocal, Global

IPS G P Singh appointed Director General of CRPF:অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি

নিউজ ডেস্ক,১৯ জানুৱাৰী : অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিয়া এই প্ৰস্তাৱত কেবিনেটৰ নিযুক্তি সমিতিয়ে অৱশেষত দিয়ে অনুমোদন৷

২০২৭চনৰ নৱেম্বৰ মাহৰ লৈকে এই পদবীত থাকিব জি পি সিং(IPS G P Singh appointed Director General of CRPF)।

পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত অস্থায়ী ডিজিপি হিচাপে দায়িত্বত হৰমিট সিঙক অধিষ্ঠিত কৰাৰ সম্ভাৱনা।

লগতে পঢ়ক :Fishing competition underway: নগাঁৱৰ মৰিকলং বিলত বৰশী বোৱা প্ৰতিযোগিতা…