Local, Vocal, Global

ভাৰত -নেপাল সীমান্তত অঘটন

  • বিহাৰৰ সীতামাৰীৰ ভাৰত -নেপাল সীমান্তত গুলীচালনা
  • নেপালৰ দিশৰ পৰা ভাৰতীয় সীমান্তৰক্ষীক লক্ষ কৰি গুলীচালনা
  • গুলীচালনাৰ ফলত SSBৰ এজন জোৱান নিহত,আহত ২
  • এই কথা সদৰি কৰিছে SSBৰ বিহাৰ চেক্টৰৰ মহাপৰিদৰ্শকে
  • নেপালৰ নতুন মানচিত্ৰক লৈ দুই চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত চলি আছে সংঘাত
  • নেপালে ভাৰতৰ বৃহৎ অঞ্চলক নিজৰ মানচিত্ৰত সাঙুৰি লৈ সুত্ৰপাত ঘটাইছে সংঘাটৰ